• Home
  • »
  • News
  • »
  • assam
  • »
  • Inter-District Transport : ১৬ আগষ্টৰ পৰা খুলিব আন্তঃজিলা যাতায়াত, থাকিব কি কি চৰ্ত, জানক সকলো...

Inter-District Transport : ১৬ আগষ্টৰ পৰা খুলিব আন্তঃজিলা যাতায়াত, থাকিব কি কি চৰ্ত, জানক সকলো...

১৬ আগষ্টৰ পৰা যুগ্ম-অযুগ্ম নম্বৰৰ ভিত্তিত খুলিব আন্তঃজিলা যাতায়াত।

১৬ আগষ্টৰ পৰা যুগ্ম-অযুগ্ম নম্বৰৰ ভিত্তিত খুলিব আন্তঃজিলা যাতায়াত।

১৬ আগষ্টৰ পৰা যুগ্ম-অযুগ্ম নম্বৰৰ ভিত্তিত খুলিব আন্তঃজিলা যাতায়াত।

  • Share this:
অৱশেষত ১৬ আগষ্টৰ পৰা খুলিব আন্তঃজিলা যাতায়াত। নিৰ্ধাৰিত নিয়মৰ অধীনত চলাচল কৰিব পাৰিব আন্তঃজিলা পৰিবহণ। এই ঘোষণাৰ লগে লগে বাছ মালিক আৰু চালক-হেণ্ডিমেনসকলৰ বাবে আহিছে ভাল খবৰ।

যুগ্ম-অযুগ্ম (Odd-Even) নম্বৰৰ ভিত্তিত আন্তঃজিলা যাতায়াত মুকলি কৰিব চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। ১৫ আগষ্টৰ পিছত আন্তঃজিলা যাতায়াত খুলি দিয়াৰ কথা পূৰ্বেই প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে।

তদুপৰি ১৬ আগষ্টৰ পৰা দোকান-পোহাৰ খোলাৰ সময় সন্ধিয়া ৬ বজালৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। অচিৰেই এই সম্পৰ্কত জাননী জাৰি কৰিব চৰকাৰে।

কোৰোণাৰ সংক্ৰমণৰ বাবেই কেইবা মাহ ধৰি বন্ধ হৈ আছিল আন্তঃজিলা যাতায়াত।
Published by:Manjumoni Borah
First published: