গুৱাহাটীত চাকৰিৰ প্ৰলোভন দি WhatsAppযোগে যুৱতীক অশ্লীল প্ৰস্তাৱ যুৱকৰ

News18-Assam
Updated:July 18, 2019, 2:09 PM IST
গুৱাহাটীত চাকৰিৰ প্ৰলোভন দি WhatsAppযোগে যুৱতীক অশ্লীল প্ৰস্তাৱ যুৱকৰ
কেইবাগৰাকীও মন্ত্ৰীৰ লগত সম্পৰ্ক থকা বুলি যুৱতীদ্বয়ক ভাবুকি ৰাহুল জৈনৰ। সাক্ষাৎকাৰৰ সময়ত যুৱতীগৰাকীক দিছিল অশ্লীল প্ৰস্তাৱ।

কেইবাগৰাকীও মন্ত্ৰীৰ লগত সম্পৰ্ক থকা বুলি যুৱতীদ্বয়ক ভাবুকি ৰাহুল জৈনৰ। সাক্ষাৎকাৰৰ সময়ত যুৱতীগৰাকীক দিছিল অশ্লীল প্ৰস্তাৱ।

  • Share this:
মহানগৰীত পুনৰ যুৱতী নিৰ্যাতন আৰু ব্লেকমেইলিঙৰ ঘটনা। চাকৰিৰ প্ৰলোভনেৰে অসমীয়া যুৱতীক অশ্লীল প্ৰস্তাৱ বহিঃৰাজ্যৰ যুৱকৰ। মহানগৰীস্থিত আৰ কে ট্ৰেভেলছ নামৰ এটা এজেঞ্চীৰ এই ঘটনাটো। এজে ঞ্চীটোৰ স্বত্বাধিকাৰী ৰাহুল জৈনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ভুক্তভোগী দুগৰাকী যুৱতীৰ।



কেইবাগৰাকীও মন্ত্ৰীৰ লগত সম্পৰ্ক থকা বুলি যুৱতীদ্বয়ক ভাবুকি ৰাহুল জৈনৰ। বুধবাৰেও সাক্ষাৎকাৰৰ বাবে গৈছিল এগৰাকী যুৱতী।



সাক্ষাৎকাৰৰ সময়ত যুৱতীগৰাকীক দিছিল অশ্লীল প্ৰস্তাৱ। WhatsAppযোগেও নিশা যুৱতীগৰাকীক পুনৰ অশ্লীল প্ৰস্তাৱ দিয়ে যুৱকজনে।



যুৱতীগৰাকীয়ে গোচৰ দিম বুলি কোৱাৰ পাছতে ডিলিট কৰিছিল কেইবাটাও মেছেজ।


First published: July 18, 2019, 2:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading