• Home
  • »
  • News
  • »
  • assam
  • »
  • Paban Kumar Borthakur : ৰাজ্যৰ নতুন মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ 

Paban Kumar Borthakur : ৰাজ্যৰ নতুন মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ 

New Chief Secretary of Assam: APDCLৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিব জিষ্ণু বৰুৱাই

New Chief Secretary of Assam: APDCLৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিব জিষ্ণু বৰুৱাই

New Chief Secretary of Assam: APDCLৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিব জিষ্ণু বৰুৱাই

  • Share this:
বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে ৰাজ্যৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিলে জ্যেষ্ঠ IAS বিষয়া পৱন কুমাৰ বৰঠাকুৰ (Paban Kumar Borthakur)ক ৷ ১৯৮৯ বৰ্ষৰ IAS  পৱন কুমাৰ বৰঠাকুৰে মুখ্য সচিব জিষ্ণু বৰুৱাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব ৩১ আগষ্টত। উল্লেখযোগ্য যে ৩১ আগষ্টত জিষ্ণু বৰুৱাই অৱসৰ গ্ৰহণ কৰিব মুখ্য সচিব পদৰ পৰা  ৷

ইপিনে জিষ্ণু বৰুৱাই কাৰ্যনিৰ্বাহ কৰি থাকিব APDCLৰ অধ্যক্ষ পদত ৷ বৰুৱাৰ এই কাৰ্যকাল হ'ব দুবছৰৰ বাবে ৷
Published by:Manjumoni Borah
First published: