New Assam CM: হিমন্ত বিশ্ব শৰ্মাই হ’ব নতুন মুখ্যমন্ত্ৰী! আনুষ্ঠানিক ঘোষণাহে বাকী! কাইলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। পদত্যাগৰ বাবে সাজু সোণোৱাল।

News18 Assam | News18-Assam
Updated:May 9, 2021, 11:33 AM IST
New Assam CM: হিমন্ত বিশ্ব শৰ্মাই হ’ব নতুন মুখ্যমন্ত্ৰী! আনুষ্ঠানিক ঘোষণাহে বাকী! কাইলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। পদত্যাগৰ বাবে সাজু সোণোৱাল।
বিজেপিৰ বিধায়ক সূৰেণ ফুকনে ইতিমধ্যে হিমন্ত বিশ্বই নতুন মুখ্যমন্ত্ৰী হ’ব বুলি মন্তব্য কৰিছে সংবাদমাধ্যমত।

বিজেপিৰ বিধায়ক সূৰেণ ফুকনে ইতিমধ্যে হিমন্ত বিশ্বই নতুন মুখ্যমন্ত্ৰী হ’ব বুলি মন্তব্য কৰিছে সংবাদমাধ্যমত।

  • Share this:
হিমন্ত বিশ্ব শৰ্মাই হ’ব নতুন মুখ্যমন্ত্ৰী। আনুষ্ঠানিক ঘোষণাহে বাকী! কাইলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে পদত্যাগ পত্ৰ দিবৰ বাবে ৰাজভৱনলৈ ৰাওনা হৈছে সৰ্বানন্দ সোণোৱাল। এই মূহূৰ্তত মুখ্যমন্ত্ৰীৰ বাসভৱনতে আছে হিমন্ত বিশ্ব শৰ্মা।

পদত্যাগ পত্ৰ দি পুনৰ সোণোৱাল আহিব বাসভৱনত। তাৰ পিছত একেলগে হিমন্তৰ সৈতে বিধায়িনী দলৰ বৈঠকলৈ ৰাওনা হ’ব একেলগে।

উল্লেখ্য যে বিজেপিৰ বিধায়ক সূৰেণ ফুকনে ইতিমধ্যে হিমন্ত বিশ্বই নতুন মুখ্যমন্ত্ৰী হ’ব বুলি মন্তব্য কৰিছে সংবাদমাধ্যমত।
Published by: Manjumoni Borah
First published: May 9, 2021, 11:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি