• Home
  • »
  • News
  • »
  • assam
  • »
  • Maharashtra Political Crisis: শিৱসেনাৰ বিধায়কসকল অসমত আছে ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে ?

Maharashtra Political Crisis: শিৱসেনাৰ বিধায়কসকল অসমত আছে ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে ?

হিমন্ত বিশ্ব শৰ্মাই সংবাদ সংস্থা এএনআইক কয়, "অসমত বহুতো ভাল হোটেল আছে৷ যিকোনো লোকে আহি তাত থাকিব পাৰে৷ ইয়াত কোনো সমস্যা নাই৷ মহাৰাষ্ট্ৰৰ বিধায়কসকল অসমলৈ আহিছে নে নাই মই নাজানো৷ আন ৰাজ্যৰ বিধায়কসকলেও অসমলৈ আহিব পাৰে৷"

  • Share this:
একনাথ সিন্দেকে ধৰি বিদ্ৰোহী শিৱসেনাৰ বিধায়কসকলে গুজৰাটৰ চুৰাটৰ পৰা তেওঁলোকৰ অনুগামীসকলৰ সৈতে গুৱাহাটীত শিবিৰ পাতি আছে৷ অৱশ্যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই খবৰৰ বিষয়ে অৱগত নহয় নেকি ? অসমৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে মহাৰাষ্ট্ৰৰ বিধায়কসকলৰ সৈতে তেওঁৰ চৰকাৰৰ কোনো সম্পৰ্ক নাই৷

হিমন্ত বিশ্ব শৰ্মাই সংবাদ সংস্থা এএনআইক কয়, "অসমত বহুতো ভাল হোটেল আছে৷ যিকোনো লোকে আহি তাত থাকিব পাৰে৷ ইয়াত কোনো সমস্যা নাই৷ মহাৰাষ্ট্ৰৰ বিধায়কসকল অসমলৈ আহিছে নে নাই মই নাজানো৷ আন ৰাজ্যৰ বিধায়কসকলেও অসমলৈ আহিব পাৰে৷"
Published by:Kokil Sarma
First published: