• Home
  • »
  • News
  • »
  • assam
  • »
  • Weather Forecast Guwahati : আগন্তুক তিনিদিনত আজিতকৈও ভয়াৱহ হ'ব পাৰে গুৱাহাটীৰ বান পৰিস্থিতি, কি কয় বতৰ বিজ্ঞান কেন্দ্ৰই?

Weather Forecast Guwahati : আগন্তুক তিনিদিনত আজিতকৈও ভয়াৱহ হ'ব পাৰে গুৱাহাটীৰ বান পৰিস্থিতি, কি কয় বতৰ বিজ্ঞান কেন্দ্ৰই?

Weather Forecast Guwahati :বতৰ বিজ্ঞান কেন্দ্ৰ আগজাননী অনুসৰি যদি সঁচাকৈয়ে ধাৰাষাৰ বৰষুণ হয় তেন্তে বানত আবদ্ধ হৈ পৰিব সমগ্ৰ ৰাজধানী চহৰ। 

  • Share this:
সোমবাৰে নিশাৰ বৰষুণত মহানগৰ গুৱাহাটী বানত বুৰ যোৱাৰ পিছতো ভাল খবৰৰ আশা নাই মহানগৰবাসীৰ। মঙলবাৰে বানত বিপৰ্যস্ত গুৱাহাটীবাসীৰ পৰিত্ৰাণৰ কোনো উপায় নাই এই মুহূৰ্তত। কাৰণ আগন্তুক তিনিদিনতো প্ৰৱল বৰষুণৰ আগজাননী দিছে বতৰি বিজ্ঞান কেন্দ্ৰই।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী মতে ১৫, ১৬ আৰু ১৭ জুনত অসম তথা মেঘালয়ত হ'ব পাৰে প্ৰবল বৃষ্টিপাত। বিশেষকৈ গুৱাহাটীত প্ৰৱল বৃষ্টপাতৰ আশংকা কৰা হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰ আগজাননী অনুসৰি যদি সঁচাকৈয়ে ধাৰাষাৰ বৰষুণ হয় তেন্তে বানত আবদ্ধ হৈ পৰিব সমগ্ৰ ৰাজধানী চহৰ।
Published by:Manjumoni Borah
First published: