মঙলবাৰৰ পৰা নিয়মীয়া হ’ব গুৱাহাটীৰ ফেৰী চলাচল।
মঙলবাৰৰ পৰা নিয়মীয়া হ’ব গুৱাহাটীৰ ফেৰী চলাচল।
আজিৰে পৰা পুনৰ চলিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে শুকুৰবাৰৰ পৰা বন্ধ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী। এক নিৰ্দেশনা জাৰি কৰি এই কথা জনাইছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। আবেলি ৪ বজাত আৰু ৫ বজাত গুৱাহাটীৰ পৰা চলিব দুটা ট্ৰিপ। মঙলবাৰৰ পৰা নিয়মীয়া হ’ব গুৱাহাটীৰ ফেৰী চলাচল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|