• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ, কিমান সময়ত চলিব ফেৰী?

গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ, কিমান সময়ত চলিব ফেৰী?

মঙলবাৰৰ পৰা নিয়মীয়া হ’ব গুৱাহাটীৰ ফেৰী চলাচল।

মঙলবাৰৰ পৰা নিয়মীয়া হ’ব গুৱাহাটীৰ ফেৰী চলাচল।

মঙলবাৰৰ পৰা নিয়মীয়া হ’ব গুৱাহাটীৰ ফেৰী চলাচল।

  • Share this:
আজিৰে পৰা পুনৰ চলিব ‌গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে শুকুৰবাৰৰ পৰা বন্ধ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ‌ফেৰী। এক নিৰ্দেশনা জাৰি কৰি এই কথা জনাইছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। আবেলি ৪ বজাত আৰু ৫ বজাত গুৱাহাটীৰ পৰা চলিব দুটা ট্ৰিপ। মঙলবাৰৰ পৰা নিয়মীয়া হ’ব গুৱাহাটীৰ ফেৰী চলাচল।
Published by:Sanjay Kumar Das
First published: