• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Gang Rape Case : আৰক্ষীৰ জালত গাড়ীগাঁৱৰ দলবদ্ধ বলাৎকাৰৰ মাষ্টাৰমাইণ্ড, পাহাৰত লুকাই আছিল কালপ্ৰিট বিকি

Guwahati Gang Rape Case : আৰক্ষীৰ জালত গাড়ীগাঁৱৰ দলবদ্ধ বলাৎকাৰৰ মাষ্টাৰমাইণ্ড, পাহাৰত লুকাই আছিল কালপ্ৰিট বিকি

বিকিক লৈ অনা হৈছে জালুকবাৰী থানালৈ। পলাতক আন ৪ অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

বিকিক লৈ অনা হৈছে জালুকবাৰী থানালৈ। পলাতক আন ৪ অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

বিকিক লৈ অনা হৈছে জালুকবাৰী থানালৈ। পলাতক আন ৪ অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

  • Share this:
আৰক্ষীৰ জালত পৰিল মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত জঘন্য দলবদ্ধ বলাৎকাৰৰ ঘটনাৰ মাষ্টাৰমাণ্ড। জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কালপ্ৰিট বিকিক। কামৰূপৰ দামপুৰৰ পাহাৰত আত্মগোপন কৰি আছিল বিকিয়ে। বিকিক লৈ অনা হৈছে জালুকবাৰী থানালৈ। পলাতক আন ৪ অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে এগৰাকী কিশোৰীক মহানগৰীৰ গাড়ীগাঁৱত এগৰাকী কিশোৰীক দলবদ্ধভাৱে বলাৎকাৰ কৰিছিল ৫ লম্পটে। OYO  হোটেলত ব্লেকমেইলিং কৰি নাবালিকাগৰাকীক বলাৎকাৰ কৰিছিল বিকি আৰু ৪ বন্ধুৱে। ইমানেই নহয়, বলাৎকাৰৰ ভিডিঅ’ও বনাইছিল অভিযুক্তকেইজনে।
Published by:Sanjay Kumar Das
First published: