• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Flood: গুৱাহাটীত কাইলৈ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ ৰখাৰ পৰামৰ্শ প্ৰশাসনৰ

Guwahati Flood: গুৱাহাটীত কাইলৈ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ ৰখাৰ পৰামৰ্শ প্ৰশাসনৰ

Guwahati Flood: কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান (চৰকাৰী আৰু ব্যক্তিগত) কাইলৈ বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

  • Share this:
কাইলৈ (বুধবাৰে) কামৰূপ মহানগৰ (খamrup Metro) জিলাত নেৰানেপেৰা বৰষুণ (Incessant Rain Forecast in Guwahati) হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আগজাননী। ইয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান (চৰকাৰী আৰু ব্যক্তিগত) কাইলৈ বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। উপায়ুক্ত পল্লৱ গোপাল ঝাই দিছে এই পৰামৰ্শ।

অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ আয়োজন কৰাব পাৰিব বুলিও কোৱা হৈছে।

অৱশ্যে এই পৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

উল্লেখ্য যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী মতে কাইলৈ কামৰূপ মহানগৰ এলেকাত ৭ৰ পৰা ২০ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ আশংকা আছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি