• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Double Murder : বেলতলাৰ ছাৰ্ভেৰ হত্যাকাণ্ডৰ সৈতে জড়িতৰ সন্দেহত আৰু দুজনক আটক মহানগৰ আৰক্ষীৰ

Guwahati Double Murder : বেলতলাৰ ছাৰ্ভেৰ হত্যাকাণ্ডৰ সৈতে জড়িতৰ সন্দেহত আৰু দুজনক আটক মহানগৰ আৰক্ষীৰ

ছাৰ্ভেৰ চন্দন নগতৰত এহাল বৃদ্ধ দম্পতীক শোৱাপাটীতে নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই।

ছাৰ্ভেৰ চন্দন নগতৰত এহাল বৃদ্ধ দম্পতীক শোৱাপাটীতে নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই।

ছাৰ্ভেৰ চন্দন নগতৰত এহাল বৃদ্ধ দম্পতীক শোৱাপাটীতে নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই।

  • Share this:
মহানগৰীৰ বেলতলাৰ ছাৰ্ভেৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত আৰু দুজনক আটক কৰিছে মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে। কেয়াৰটেকাৰ আকাশ চৌধুৰীৰ পিছত আৰক্ষীয়ে আটক কৰে এই দুজনক। মহানগৰীৰ পাঠৰকোঁৱেৰীৰ পৰা আটক সত্যেন্দ্ৰ সিং নামৰ লোকজনক, আনহাতে বৰবাৰীৰ পৰা আটক কৰা হৈছে পৰেশ চৌধুৰী নামৰ লোকজনক।

ঘটনা সন্দৰ্ভত বৰ্তমান ৩জনক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে ছাৰ্ভেৰ চন্দন নগতৰত এহাল বৃদ্ধ দম্পতীক শোৱাপাটীতে নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই।
Published by:Sanjay Kumar Das
First published: