• Home
  • »
  • News
  • »
  • assam
  • »
  • নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হত্যাৰ বলি হোৱা বৰুৱা দম্পতীৰ, দুই কন্যাই কৰিলে মুখাগ্নি

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হত্যাৰ বলি হোৱা বৰুৱা দম্পতীৰ, দুই কন্যাই কৰিলে মুখাগ্নি

একেলগে জ্বলি উঠিল দুখনকৈ চিতা। কন্যা মানসী আৰু সোণালীয়ে একেলগে কৰিলে পিতৃ-মাতৃক মুখাগ্নি। 

একেলগে জ্বলি উঠিল দুখনকৈ চিতা। কন্যা মানসী আৰু সোণালীয়ে একেলগে কৰিলে পিতৃ-মাতৃক মুখাগ্নি। 

একেলগে জ্বলি উঠিল দুখনকৈ চিতা। কন্যা মানসী আৰু সোণালীয়ে একেলগে কৰিলে পিতৃ-মাতৃক মুখাগ্নি। 

  • Share this:
নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ল মহানগৰীৰ বেলতলাত নৃশংস হত্যাৰ বলি হোৱা বৰুৱা দম্পতীৰ। একেলগে জ্বলি উঠিল দুখনকৈ চিতা। কন্যা মানসী আৰু সোণালীয়ে একেলগে কৰিলে পিতৃ-মাতৃক মুখাগ্নি।

তদন্ত প্ৰক্ৰিয়াৰ বাবে মুখ্যমন্ত্ৰী, আৰক্ষী আয়ুক্ত তথা সাংবাদিকক ধন্যবাদ জনালে ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ দুই কন্যাই। ক’লে – এয়া মনৱীয়তাৰ স্খলন, পুনৰ এইধৰণৰ ঘটনা সংঘটিত নহওক। ইফালে বৃদ্ধ দম্পতীৰ বৰ জোঁৱাই বিনয় খাৰেই কয় – আমাক ন্যায় লাগিব।
Published by:Sanjay Kumar Das
First published: