• Home
  • »
  • News
  • »
  • assam
  • »
  • বছৰৰ আৰম্ভণিতে SSAৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীৰ বাবে ভাল খবৰ, ৫ শতাংশ DA পৰিশোধৰ বাবে অনুমোদন ৰাজ্যিক কেবিনেটৰ ...

বছৰৰ আৰম্ভণিতে SSAৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীৰ বাবে ভাল খবৰ, ৫ শতাংশ DA পৰিশোধৰ বাবে অনুমোদন ৰাজ্যিক কেবিনেটৰ ...

পহিলা জানুৱাৰীত সৰ্বশিক্ষা (SSA)ৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীৰ বাবে ভাল খবৰ।  শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে টুইটাৰযোগে শ্বেয়াৰ কৰিলে এই সুখবৰ। 

  • Share this:
অৱশেষত ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে আহিল এক সুখবৰ।  পহিলা জানুৱাৰীত সৰ্বশিক্ষা (SSA)ৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীৰ বাবে ভাল খবৰ।  শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে টুইটাৰযোগে শ্বেয়াৰ কৰিলে এই সুখবৰ।

ৰাজ্যিক কেবিনেটে SSAৰ শিক্ষক-কৰ্মচাৰীৰ বাবে ৫ শতাংশ DA পৰিশোধৰ বাবে অনুমোদন জনাইছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

২০২২ চনৰ জানুৱাৰীৰ পৰা সৰ্বশিক্ষা অভিযানৰ অধীনৰ ঠিকাভিত্তিক শিক্ষাগুৰু আৰু অন্যান্য কৰ্মচাৰীৰ বাবে এই DA।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি