• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীত এইবাৰ জব্দ হ’ল সোণৰ নাও, কোনে ক’লৈ আনিছিল এই সোণৰ নাও?

গুৱাহাটীত এইবাৰ জব্দ হ’ল সোণৰ নাও, কোনে ক’লৈ আনিছিল এই সোণৰ নাও?

আৰক্ষীয়ে অৱশ্যে এতিয়াও নিশ্চিত হ'ব পৰা নাই নাওখন আচল নে নকল সোণৰ।

আৰক্ষীয়ে অৱশ্যে এতিয়াও নিশ্চিত হ'ব পৰা নাই নাওখন আচল নে নকল সোণৰ।

আৰক্ষীয়ে অৱশ্যে এতিয়াও নিশ্চিত হ'ব পৰা নাই নাওখন আচল নে নকল সোণৰ।

  • Share this:
গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণৰ নাও উদ্ধাৰ। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ সোণৰ নাওখন। নাওখনৰ লগতে আৰক্ষীয়ে আটক কৰে এটা সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰীটো বিহাৰৰ আকাশ কুমাৰ। ডিমাপুৰৰ পৰা বিহাৰলৈ লৈ গৈ থকা অৱস্থাত আৰক্ষীৰ জালত পৰে আকাশ। আৰক্ষীয়ে অৱশ্যে এতিয়াও নিশ্চিত হ'ব পৰা নাই নাওখন আচল নে নকল সোণৰ।
Published by:Sanjay Kumar Das
First published: