• Home
  • »
  • News
  • »
  • assam
  • »
  • GMC Eviction: যুদ্ধংদেহী ৰূপত গুৱাহাটী পৌৰ নিগম, ইখনৰ পিছত সিখন দোকান উচ্ছেদ

GMC Eviction: যুদ্ধংদেহী ৰূপত গুৱাহাটী পৌৰ নিগম, ইখনৰ পিছত সিখন দোকান উচ্ছেদ

GMC Eviction: উচ্ছেদ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা দোকান।

GMC Eviction: উচ্ছেদ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা দোকান।

GMC Eviction: উচ্ছেদ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা দোকান।

  • Share this:
মহানগৰীৰ  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ লেনত বৃহস্পতিবাৰে GMCৰ অভিযান ৷ বিশেষকৈ বেতকুছিতস্থিত কামৰূপ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ সমীপত তথা সন্মুখ ভাগতে কাঠফুলাৰ দৰে গঢ় লৈ উঠিছিল এখনৰ পিছত আন এখন দোকান। বৃহস্পতিবাৰে   গুৱাহাটী পৌৰ নিগমৰ এনফৰ্চমেণ্টৰ এটা বৃহৎ দলে চলালে অভিযান ৷

অবৈধ ভাবে পথৰ কাষত দোকান দিয়া ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান পৌৰ নিগমৰ । দোকানসমুহ উচ্ছেদ কৰাৰ লগতে বিহিলে জৰিমনাও। উচ্ছেদৰ পিছতে অনাগত দিনত সেই স্থানত দোকান নিদিবলৈ জাননী আৰি দিয়ে পৌৰ নিগমে।
Published by:Manjumoni Borah
First published: