• Home
  • »
  • News
  • »
  • assam
  • »
  • এপ্ৰিলৰ শেষ সপ্তাহত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

এপ্ৰিলৰ শেষ সপ্তাহত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত ১৭ মাৰ্চত বিজেপিৰ বৈঠক অনুষ্ঠিত হ’ব বুলিও মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।

  • Share this:
এপ্ৰিলৰ শেষ সপ্তাহত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই সম্ভাৱনা ব্যক্ত কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতই। তেওঁ কয় যে প্ৰতিটো ৱাৰ্ডত দলৰ জ্যেষ্ঠসকলক দায়িত্ব দিয়া হৈছে। ৬০টা ৱাৰ্ডতেই বিজেপি মিত্ৰজোট জয়ী হ'ব।

এপ্ৰিলৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব বুলিও মন্তব্য কৰে ভৱেশ কলিতাই। আনহাতে, বাজেটক লৈ ভৱেশ কলিতাই কয়, বাজেটে আশাৰ বতৰা কঢ়িয়াই আনিব।

ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত ১৭ মাৰ্চত বিজেপিৰ বৈঠক অনুষ্ঠিত হ’ব বুলিও মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি