কিশোৰীক প্ৰথমে ধৰ্ষণ তাৰ পিছত হত্যা

কিশোৰীগৰাকীক ধৰ্ষণৰ পিছতে হত্যা কৰি লুইতত পেলাই দিয়াৰ অভিযোগ

news18assam
Updated:April 18, 2019, 11:32 PM IST
কিশোৰীক প্ৰথমে ধৰ্ষণ তাৰ পিছত হত্যা
কিশোৰীগৰাকীক ধৰ্ষণৰ পিছতে হত্যা কৰি লুইতত পেলাই দিয়াৰ অভিযোগ
news18assam
Updated: April 18, 2019, 11:32 PM IST
গুৱাহাটী : খাৰঘূলিত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ। খাৰঘূলি জয়পুৰত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ। লুইতৰ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাইজে । কিশোৰীগৰাকীক ধৰ্ষণৰ পিছতে  হত্যা কৰি লুইতত পেলাই দিয়াৰ অভিযোগ পৰিয়ালৰ। ঘটনাস্থলীৰ সমীপতে উদ্ধাৰ ড্ৰাগ্ছ আৰু যুৱকৰ কাপোৰ। নদী আৰক্ষীয়ে উদ্ধাৰ কৰে ১১ বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ। মৃতদেহটো উদ্ধাৰ কৰি GMCHলৈ প্ৰেৰণ কৰে। ১৬ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী।
আৰু চাওক পৰৱৰ্তী বাতৰি