মুখ্যপৃষ্ঠা »খবৰ »অসম »Rajnandini Kalita won 50 lakhs: KBCৰ মঞ্চত উজ্বলিল অসমৰ ৰাজনন্দিনী কলিতা, জিকিলে ৫০ লাখ টকা, অমিতাভ বচ্চনে জনালে অভিনন্দন

Rajnandini Kalita won 50 lakhs: KBCৰ মঞ্চত উজ্বলিল অসমৰ ৰাজনন্দিনী কলিতা, জিকিলে ৫০ লাখ টকা, অমিতাভ বচ্চনে জনালে অভিনন্দন

ৰাজনন্দিনীৰ জীৱনৰ লক্ষ্য ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা।

ৰাজনন্দিনীৰ জীৱনৰ লক্ষ্য ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা।

ৰাজনন্দিনীৰ জীৱনৰ লক্ষ্য ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা।

  • Share this:
জনপ্ৰিয় ৰিয়েলিটী শ্ব কৌন বনেগা কোড়ৰপতিত উজ্বলিল এগৰাকী অসম কন্যা। ৫০ লাখ টকা জিকিলে ১৪ বছৰীয়া ৰাজনন্দিনী কলিতাই। ৰাজনন্দিনী কলিতাৰ ঘৰ গুৱাহাটীত।

ৰাজনন্দিনীৰ জীৱনৰ লক্ষ্য ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা। KBCৰ মঞ্চত ১৪ বছৰীয়া কণমানিজনীৰ বাকপটুতা দেখি মুগ্ধ হৈ পৰিল মেগাষ্টাৰ অমিতাভ বচ্চন। অমিতাভ বচ্চনে ৰাজনন্দিনীক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যত জীৱনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।


আমাৰ ফালৰ পৰাও থাকিল ৰাজনন্দিনীলৈ অভিনন্দন।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি