உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Gauhati University Election: গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচন, ১৫টা পদৰ বাবে মুঠ ৩৫গৰাকী প্ৰাৰ্থী

    Gauhati University Election: গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচন, ১৫টা পদৰ বাবে মুঠ ৩৫গৰাকী প্ৰাৰ্থী

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন আছিল।

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন আছিল।

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন আছিল।

    • Share this:

    কৃষ্ণচূড়াৰ নগৰী গুৱাহাটী বিশ্ববিদ্যালয় (Gauhati University)ত বলিছে নিৰ্বাচন (elections)ৰ বতাহ। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বহুকেইটা ৰাজনৈতিক-অৰাজনৈতিক  দলৰ ছাত্ৰ সংগঠনৰ প্ৰাৰ্থীয়ে। নিৰ্বাচনক লৈ বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী ব্যস্ত  হৈ পৰিছে।


    গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। অহা ৩০ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব স্নাতকোত্তৰ (Postgraduate) ২০২১-২২ বৰ্ষৰ নিৰ্বাচন। এই নিৰ্বাচনত ১৫টা পদৰ বাবে মুঠ ৩৫গৰাকী প্ৰাৰ্থী (total of 35 candidates)য়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।


    ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব ১ ডিচেম্বৰত। অসমৰ লোক-সংস্কৃতি, বিহু নৃত্য, লোক গীত, অভিনয়, সংগীতেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা ছাত্ৰ-ছাত্ৰীয়ে এতিয়া আশা কৰিছে তেওঁলোকৰ ছাত্ৰ সংগঠনৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হ'ব। অপেক্ষা কেৱল ১ ডিচেম্বৰলৈ।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: