• Home
  • »
  • News
  • »
  • assam
  • »
  • GMC : দেৱাশিস শৰ্মাক মৰিগাঁৱৰ উপায়ুক্তৰূপে বদলি, কোন হ'ব গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্ত

GMC : দেৱাশিস শৰ্মাক মৰিগাঁৱৰ উপায়ুক্তৰূপে বদলি, কোন হ'ব গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্ত

পৌৰ নিগমৰ নতুন আয়ুক্ত হ'ব শিৱসাগৰৰ উপায়ুক্ত মেঘ নিধি দাহাল ।

পৌৰ নিগমৰ নতুন আয়ুক্ত হ'ব শিৱসাগৰৰ উপায়ুক্ত মেঘ নিধি দাহাল ।

পৌৰ নিগমৰ নতুন আয়ুক্ত হ'ব শিৱসাগৰৰ উপায়ুক্ত মেঘ নিধি দাহাল ।

  • Share this:
গুৱাহাটী পৌৰ নিগম (GMC)ৰ আয়ুক্ত দেৱাশিস শৰ্মাক মৰিগাঁৱৰ উপায়ুক্ত ৰূপে বদলি ।

পৌৰ নিগমৰ নতুন আয়ুক্ত হ'ব শিৱসাগৰৰ উপায়ুক্ত মেঘ নিধি দাহাল ।

আনহাতে আদিত্য বিক্ৰম যাদৱ হ'ব শিৱসাগৰ জিলাৰ নতুন উপায়ুক্ত।

উল্লেখ্য যে কিছুদিন পূৰ্বে অসম লোকসেৱা (APS)ৰ পৰা দেৱাশিস শৰ্মাক ভাৰতীয় লোক সেৱা (IAS) বিষয়ালৈ পদোন্নতি দিয়া হৈছে।
Published by:Manjumoni Borah
First published: