• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীত দিন দুপৰতে গুলীচালনা, দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত এজন

গুৱাহাটীত দিন দুপৰতে গুলীচালনা, দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত এজন

গুলীচালনাত গুৰুতৰভাৱে আহত হয় পূৰবী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰ ৰঞ্জিত বৰা।

গুলীচালনাত গুৰুতৰভাৱে আহত হয় পূৰবী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰ ৰঞ্জিত বৰা।

গুলীচালনাত গুৰুতৰভাৱে আহত হয় পূৰবী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰ ৰঞ্জিত বৰা।

  • Share this:
মহানগৰীত দিন দুপৰীতে গুলীচালনাৰ ঘটনা। পাঞ্জাবাৰীত গাড়ীৰ ভিতৰতে এজন লোকলৈ দুৰ্বৃত্তৰ গুলীচালনা। পূৰবী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰলৈ লক্ষ্য কৰি গুলীচালনা। গুলীচালনাত গুৰুতৰভাৱে আহত হয় পূৰবী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰ ৰঞ্জিত বৰা।

লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৰঞ্জিত বৰাক। মূৰত গুলী লাগিছে ৰঞ্জিত বৰাৰ। বেংকত ধন জমা কৰিবলৈ যোৱাৰ সময়তে গুলীচালনা কৰে দুৰ্বৃত্তই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি