গুৱাহাটীত গুলীচালনা ঘটনা,এগৰাকী ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ

এগৰাকী ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তৰ দলে।

News18-Assam
Updated:October 13, 2019, 6:45 PM IST
গুৱাহাটীত গুলীচালনা ঘটনা,এগৰাকী ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ
প্ৰতীকী ফটো,Source- Google
News18-Assam
Updated: October 13, 2019, 6:45 PM IST
আকৌ গুৱাহাটীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। গুৱাহাটীৰ নালাপাৰাত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। এগৰাকী ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তৰ দলে। অস্ত্ৰধাৰী দুই যুৱকে সংঘটিত কৰে এই  গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ীজনক GMCH ত ভৰ্তি কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি