মহানগৰীৰ ৱায়াৰলেছত ভয়ংকৰ অগ্নিকাণ্ড, জুইৰ মাজত আৱদ্ধ দুটি শিশু!

News18 Assam | News18-Assam
Updated:January 23, 2020, 2:18 PM IST
মহানগৰীৰ ৱায়াৰলেছত ভয়ংকৰ অগ্নিকাণ্ড, জুইৰ মাজত আৱদ্ধ দুটি শিশু!
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

  • Share this:
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।  মহানগৰীৰ ৱায়াৰলেছত সংঘটিত হৈছে এই অগ্নিকাণ্ড। জুইৰ মাজত দুটি শিশু আৱদ্ধ হৈ থকাৰ সন্দেহ। বাহিৰত মাতৃৰ হিয়া ভগা কান্দোন। শিশু দুটিৰ বয়স ৫ আৰু ৭বছৰ বুলি জানিব পৰা গৈছে। এঘণ্টা পিছত ঘটনাস্থলীত উপস্থিত আগ্নি নিৰ্বপক বাহিনীৰ দল। বশিষ্ঠপুৰ ১ নং উপপথত এই অগ্নিকাণ্ডৰ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

আৰু চাওক
পৰৱৰ্তী বাতৰি