• Home
  • »
  • News
  • »
  • assam
  • »
  • Breaking News: গুৱাহাটী মহানগৰীত গুলীচালনা, ডকাইতৰ গুলীত গুৰুতৰভাৱে আহত এজন

Breaking News: গুৱাহাটী মহানগৰীত গুলীচালনা, ডকাইতৰ গুলীত গুৰুতৰভাৱে আহত এজন

এখন ডাষ্টাৰ বাহনত আহিছিল ৬জন দুৰ্বৃত্ত। আহত লিটন মজুমদাৰক হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এখন ডাষ্টাৰ বাহনত আহিছিল ৬জন দুৰ্বৃত্ত। আহত লিটন মজুমদাৰক হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এখন ডাষ্টাৰ বাহনত আহিছিল ৬জন দুৰ্বৃত্ত। আহত লিটন মজুমদাৰক হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

  • Share this:
গুৱাহাটী মহানগৰীত গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হয় লিটন মজুমদাৰ নামৰ এজন লোক। মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ সমীপত সংঘটিত হৈছে এই ঘটনা। এখন ডাষ্টাৰ বাহনত আহিছিল ৬জন দুৰ্বৃত্ত। আহত লিটন মজুমদাৰক হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আনহাতে, ঘটনাস্থলীত উপস্থিত ৰাইজে আবদ্ধ কৰে ডাষ্টাৰ বাহনখন। কিন্তু ডকাইতৰ দলটো পলায়ন কৰিবলৈ সক্ষম হয়। ডকাইতৰ দলটো এখন জুৱেলাৰীৰ দোকানত ডকাইতি সংঘটিত কৰিবলৈ আহিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে এটা পৰিয়ালত ডকাইতি কাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে।
Published by:Sanjay Kumar Das
First published: