• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰী নুনমাটিৰ আনন্দ নগৰত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাটাও কোঠা

মহানগৰী নুনমাটিৰ আনন্দ নগৰত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাটাও কোঠা

জুইত সম্পূৰ্ণ ৰূপে জাহ যায় বাসগৃহকেইটাৰ সকলো বয়-বস্তু। ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আৰু স্থানীয় লোকৰ তাৎপৰতাত জুই নুমাবলৈ সক্ষম হয়।

  • Share this:
মহানগৰী নুনমাটিৰ আনন্দ নগৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আনন্দ নগৰৰ বাসিন্দা টুবুল আলী নামৰ লোক এজনৰ বাসগৃহত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। তিনিমহলীয়া বাসগৃহটোত থকা প্ৰায় ১৫টাকৈ তৰ্জা বেৰ সংলগ্ন কোঠাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

জুইত সম্পূৰ্ণ ৰূপে জাহ যায় বাসগৃহকেইটাৰ সকলো বয়-বস্তু। ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আৰু স্থানীয় লোকৰ তাৎপৰতাত জুই নুমাবলৈ সক্ষম হয়।
শ্বৰ্ট চাৰ্কিট ফলত এই জুইৰ সূত্ৰপাত হোৱা বুলি জানিব দিয়ে স্থানীয় লোকসকলে। সৌভাগ্যক্ৰমে কোনো লোকে হাতাহত হোৱা নাই অগ্নিকাণ্ডত।
Published by:Sanjay Kumar Das
First published: