• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ লাল গণেশত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল চাৰিখন ব্যৱসায়িক প্ৰতিষ্ঠান

গুৱাহাটীৰ লাল গণেশত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল চাৰিখন ব্যৱসায়িক প্ৰতিষ্ঠান

ঘটনাস্থলীত ৫খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপন কৰে জুই। বৰ্তমানলৈ ক্ষয়–ক্ষতিৰ সম্পূৰ্ণ তথ্য জানিব পৰা হোৱা নাই।

  • Share this:
গুৱাহাটীৰ লাল গণেশত বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এখন ফাৰ্মাচীকে ধৰি প্ৰায় চাৰিখন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। স্থানীয় লোকৰ মতে, এখন দোকানত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। ঘটনাস্থলীত ৫খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপন কৰে জুই। বৰ্তমানলৈ ক্ষয়–ক্ষতিৰ সম্পূৰ্ণ তথ্য জানিব পৰা হোৱা নাই।
Published by:Sanjay Kumar Das
First published: