ঘটনাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
ঘটনাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
গুৱাহাটীৰ কালাপাহাৰত ভয়ংকৰ অগ্নিকাণ্ড। বিবেকানন্দ বেংগলী স্কুলৰ কাষত জোট মিলত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত সুভাশিস দাস নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ইয়াৰ লগতে এটা তুলাৰ গুদাম, গেৰেজো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। জুই ইমানে ভয়াবহ আছিল যে কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপণৰ চেষ্টা কৰিব লগা হয়। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সামগ্ৰীৰ ক্ষতি হোৱাৰ সন্দেহ কৰা হৈছে (Fire Incident at Kalapahar)।
ঘটনাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|