• Home
  • »
  • News
  • »
  • assam
  • »
  • শ্বহীদক অপমান! বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল

শ্বহীদক অপমান! বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল

কংগ্ৰেছ দলৰ পৰা বিধায়কজনক বহিষ্কাৰ কৰাৰো দাবী তোলে সংগঠনটোৱে।

কংগ্ৰেছ দলৰ পৰা বিধায়কজনক বহিষ্কাৰ কৰাৰো দাবী তোলে সংগঠনটোৱে।

কংগ্ৰেছ দলৰ পৰা বিধায়কজনক বহিষ্কাৰ কৰাৰো দাবী তোলে সংগঠনটোৱে।

  • Share this:
বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে হাতীগাঁও থানাত গোচৰ ৰুজু। সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৱে দাখিল কৰিলে এজাহাৰ। শ্বহীদক লৈ কৰা অপমানসূচক মন্তব্যৰ বাবে ৰুজু কৰা হৈছে গোচৰ।

কংগ্ৰেছ দলৰ পৰা বিধায়কজনক বহিষ্কাৰ কৰাৰো দাবী তোলে সংগঠনটোৱে। বহিষ্কাৰ নকৰিলে ৰাজীৱ ভৱন ঘেৰাও কৰাৰ হুংকাৰ। পূৰ্বেও বহুবাৰ বিধায়কগৰাকীয়ে অসমীয়াক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগ আনে সংগঠনটোৱে।
Published by:Sanjay Kumar Das
First published: