• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমীয়া ভাষাক চূড়ান্ত অপমান : হাতীগাঁও থানাত গোচৰ ৰুজু বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু বৰাক ডেম'ক্ৰেটিক য়ুথ ফ্ৰণ্টৰ বিৰুদ্ধে

অসমীয়া ভাষাক চূড়ান্ত অপমান : হাতীগাঁও থানাত গোচৰ ৰুজু বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু বৰাক ডেম'ক্ৰেটিক য়ুথ ফ্ৰণ্টৰ বিৰুদ্ধে

বিদ্যুৎ কলিতাই কয় যে যদি শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিব পাৰে তেন্তে তেওঁলোকক কিয় নোৱাৰে।

বিদ্যুৎ কলিতাই কয় যে যদি শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিব পাৰে তেন্তে তেওঁলোকক কিয় নোৱাৰে।

বিদ্যুৎ কলিতাই কয় যে যদি শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিব পাৰে তেন্তে তেওঁলোকক কিয় নোৱাৰে।

  • Share this:
হাতীগাঁও থানাত গোচৰ ৰুজু বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু বৰাক ডেম'ক্ৰেটিক য়ুথ ফ্ৰণ্টৰ বিৰুদ্ধে। FIR দাখিল কৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সাধাৰণ সম্পাদক বিদ্যুৎ কলিতাই। প্ৰদীপ দত্ত ৰয় আৰু হৃষীকেশ দত্তৰ নেতৃত্বত এই দুষ্কাৰ্য সংঘটিত হোৱাৰ অভিযোগ। এই দুজন নেতাক বৰ্জন কৰিবলৈ আহ্বান বেংগলী জনতাক। এই ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী সংগঠনটোৰ।

বিদ্যুৎ কলিতাই কয় যে যদি শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিব পাৰে তেন্তে তেওঁলোকক কিয় নোৱাৰে। অভিযুক্তক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদে। প্ৰদীপ দত্ত নহৈ প্ৰদীপ হুছেইন হ'লে চাগে ইমান সময়ে গ্ৰেপ্তাৰ হ'লহেঁতেন বুলি মন্তব্য। প্ৰদীপ দত্তক গ্ৰেপ্তাৰ কৰি বিজেপি যে সাম্প্ৰদায়িক নহয় সেয়া প্ৰমাণ কৰিবলৈ আহ্বান বিদ্যুৎ কলিতাৰ।
Published by:Sanjay Kumar Das
First published: