মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ভ্ৰাম্যমান থিয়েটাৰলৈ অসম চৰকাৰৰ বিশেষ সাহায্য ! ১৭ খন থিয়েটাৰক ১০ লাখকৈ টকা প্ৰদান কৰিলে ৰাজ্য চৰকাৰে...

ভ্ৰাম্যমান থিয়েটাৰলৈ অসম চৰকাৰৰ বিশেষ সাহায্য ! ১৭ খন থিয়েটাৰক ১০ লাখকৈ টকা প্ৰদান কৰিলে ৰাজ্য চৰকাৰে...

Kokil Sarma | News18-Assam
Updated:October 12, 2021, 12:15 AM IST
ভ্ৰাম্যমান থিয়েটাৰলৈ অসম চৰকাৰৰ বিশেষ সাহায্য ! ১৭ খন থিয়েটাৰক ১০ লাখকৈ টকা প্ৰদান কৰিলে ৰাজ্য চৰকাৰে...
ভ্ৰাম্যমান থিয়েটাৰলৈ (Mobile Theatre) অসম চৰকাৰৰ (Assam Govt) বিশেষ সাহায্য। Covid-19ৰ বাবে উদ্যোগটো ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ দিশলৈ লক্ষ্য ৰাখি চৰকাৰে ১৭খন ভ্ৰাম্যমান থিয়েটাৰক ১০ লাখ টকাকৈ সাহায্য বিতৰণ কৰে। 

  • Share this:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী বিমল বৰা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সাহায্য প্ৰদান কৰে। ইয়াৰোপৰি থিয়েটাৰৰ ৯৭৪ গৰাকী কলা-কুশলীক ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰে।
Published by: Kokil Sarma
First published: October 12, 2021, 12:13 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি