একেৰাহে দ্বিতীয় বছৰৰ বাবে বাতিল হ'ল বিখ্যাত অম্বুবাচী মেলা।
একেৰাহে দ্বিতীয় বছৰৰ বাবে বাতিল হ'ল বিখ্যাত অম্বুবাচী মেলা।
শক্তিপীঠ কামাখ্যাত এইবাৰো অম্বুবাচী মেলা বাতিল। কোৰোণাৰ সংক্ৰমণৰ বাবেই বাতিল হ'ল অম্বুবাচী মেলা। একেৰাহে দ্বিতীয় বছৰৰ বাবে বাতিল হ'ল বিখ্যাত অম্বুবাচী মেলা।
কামাখ্যা দেৱোত্তৰ ব'ৰ্ডে এক বিবৃতিযোগে জনালে এই কথা। অৱশ্যে অম্বুবাচীৰ ৰীতি-নীতি মন্দিৰৰ ভিতৰত পালন কৰা হ'ব। সকলো ভক্ত আৰু পৰ্যটকৰ বাবে বন্ধ থাকিব কামাখ্যা দেৱালয়। কোৰোণাৰ বাব ইতিমধ্যে ১৩ এপ্ৰিলৰ পৰাই বন্ধ আছে কামাখ্যাৰ দুৱাৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|