গুৱাহাটীৰ কাহিলিপাৰাৰ জনকপুৰৰ পৰা আজি এগৰাকী লোক পুৱা ১০ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে।
গুৱাহাটীৰ কাহিলিপাৰাৰ জনকপুৰৰ পৰা আজি এগৰাকী লোক পুৱা ১০ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে।
গুৱাহাটীৰ কাহিলিপাৰাৰ জনকপুৰৰ পৰা আজি এগৰাকী লোক পুৱা ১০ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। তেওঁ ৰাজ্য চৰকাৰৰ ডি পি আইৰ প্ৰাক্তন কৰ্মচাৰী কুমুদ দত্ত। ৭৪ বছৰীয়া কুমুদ দত্ত ডিমেনছিয়া ৰোগত আক্ৰান্ত হৈ আছিল। পৰিয়ালৰ অজানিতে আজি জনকপুৰৰৰ নিজ বাসভৱনৰ পৰা মানুহগৰাকী ওলাই যায়। বিচাৰ-খোঁচাৰ কৰি তেওঁৰ সন্ধান নোপোৱাত সংবাদ মাধ্যমৰ ওচৰত এই বিষয়ে অৱগত কৰে। স্বাভাৱিকতে পৰিয়ালৰ লোকসকল অতি চিন্তিত হৈ আছে। কোনো লোকে তেওঁৰ সম্ভেদ পালে ৭০৯৯৬২১৯৭০ অথবা ৯৮৫৯৪২২৯৪০ মোবাইল নম্বৰত জনাবলৈ অনুৰোধ জনাইছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|