মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Earthquake : মাজনিশা পুনৰ ভূমিকম্পই জোকাৰি গ’ল অসমক।

Earthquake : মাজনিশা পুনৰ ভূমিকম্পই জোকাৰি গ’ল অসমক।

News18 Assam | News18-Assam
Updated:June 19, 2021, 8:13 AM IST
Earthquake : মাজনিশা পুনৰ ভূমিকম্পই জোকাৰি গ’ল অসমক।
নিশা প্ৰায় ১ বাজি ৭ মিনিটত  ভূমিকম্পই জোকাৰি গ'ল অসমক।

নিশা প্ৰায় ১ বাজি ৭ মিনিটত  ভূমিকম্পই জোকাৰি গ'ল অসমক।

  • Share this:
মাজনিশা পুনৰ ভূমিকম্পই জোকাৰি গ’ল অসমক। নিশা প্ৰায় ১ বাজি ৭ মিনিটত  ভূমিকম্পই জোকাৰি গ'ল অসমক। একেৰাহে দুদিন মাজনিশা ৰাজ্য জোকৰি গ'ল ভূমিকম্পই।

ৰিখটাৰ স্কেলত আজিৰ ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৪.২ ।  ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ওদালগুৰি। উল্লেখ্য যে বিগত এমাহত অসমত ৰিখটাৰ স্কেলত ৪ বা তাতকৈ অধিক প্ৰাৱল্যৰ ভূমিকম্প ৫ বাৰ আহিছে।

যোৱা ২৮ এপ্ৰিলত ৬.৭ প্ৰাৱল্যৰ ভূমিকম্পটোৰ পাছৰে পৰা অসমত সঘনে ভমিকম্প হৈ আছে।
Published by: Manjumoni Borah
First published: June 19, 2021, 1:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি