உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Earthquake: মাজনিশা ভূমিকম্পৰ জোকাৰণি ! ক্ষন্তেকৰ বাবে কঁপি উঠিল গুৱাহাটী মহানগৰীও...

    Earthquake: মাজনিশা ভূমিকম্পৰ জোকাৰণি ! ক্ষন্তেকৰ বাবে কঁপি উঠিল গুৱাহাটী মহানগৰীও...

    Earthquake: ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত জোকাৰি গ'ল ভূমিকম্পই। ই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ শ্বিৰুই অঞ্চল।

    • Share this:
    মাজনিশা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত জোকাৰি গ'ল ভূমিকম্পই। অৱশ্য়ে এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ কথা এতিয়াও পোহৰলৈ অহা নাই।

    নিশা ১২.৫৪ বজাত অসমৰ বিভিন্ন অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫। আনহাতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ শ্বিৰুই অঞ্চল।
    Published by:Kokil Sarma
    First published: