মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Earthquake: ৰাজ্যত ভূমিকম্পৰ জোকাৰণি... ক্ষন্তেকৰ বাবে কঁপি উঠিল গুৱাহাটী মহানগৰী...

Earthquake: ৰাজ্যত ভূমিকম্পৰ জোকাৰণি... ক্ষন্তেকৰ বাবে কঁপি উঠিল গুৱাহাটী মহানগৰী...

Kokil Sarma | News18-Assam
Updated:July 7, 2021, 9:22 AM IST
Earthquake: ৰাজ্যত ভূমিকম্পৰ জোকাৰণি... ক্ষন্তেকৰ বাবে কঁপি উঠিল গুৱাহাটী মহানগৰী...
পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত জোকাৰি গ'ল ভূমিকম্পই।

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত জোকাৰি গ'ল ভূমিকম্পই।

  • Share this:
ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত জোকাৰি গ'ল ভূমিকম্পই। অৱশ্য়ে এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ কথা এতিয়াও পোহৰলৈ অহা নাই।

পুৱা ৮.৪৪ বজাত অসমৰ বিভিন্ন অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২।
Published by: Kokil Sarma
First published: July 7, 2021, 8:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি