• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীৰ ISBTত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, জালত দুই সৰবৰাহকাৰী

মহানগৰীৰ ISBTত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, জালত দুই সৰবৰাহকাৰী

সৰবৰাহকাৰী দুজনৰ নামৰেকিব আৰু ইাবুং। পেছাত চালক আৰু হেণ্ডিমেন দুই সৰবৰাহকাৰী।

সৰবৰাহকাৰী দুজনৰ নামৰেকিব আৰু ইাবুং। পেছাত চালক আৰু হেণ্ডিমেন দুই সৰবৰাহকাৰী।

সৰবৰাহকাৰী দুজনৰ নামৰেকিব আৰু ইাবুং। পেছাত চালক আৰু হেণ্ডিমেন দুই সৰবৰাহকাৰী।

  • Share this:
মুখ্যমন্ত্ৰীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পিছৰে পৰা সষ্টম হৈ আছে আৰক্ষী–প্ৰশাসন। ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে অসম আৰক্ষীৰ। গড়চুক আৰক্ষী থানা আৰু আইএছবিটি আৰক্ষী চকীয়ে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত যুটীয়াভাৱে অভিযান চলাই ISBTৰ পৰা জব্দ  কৰে কেইবালাখ টকাৰ নিষিদ্ধ হেৰ’ইন।

মণিপুৰৰ পৰা গুড ট্ৰেভেলছৰ বাছযোগে কৌশলেৰে চিটৰ কাষত লুকুৱাই আনিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ। ১০ পেকেট হেৰ’ইনৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক।

সৰবৰাহকাৰী দুজনৰ নামৰেকিব আৰু ইাবুং। পেছাত চালক আৰু হেণ্ডিমেন দুই সৰবৰাহকাৰী। মণিপুৰৰ পৰা ISBTলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি। চিটৰ কাষত  কৌশলেৰে লুকাই আনিছিল ড্ৰাগছখিনি।

MN 04P 0844 নম্বৰৰ  GOOD TRAVELS নামৰ বাছযোগে সৰবৰাহ কৰিছিল ড্ৰাগছখিনি। বাহনখনো জব্দ কৰে আৰক্ষীয়ে। অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: