Crackdown On Drugs: ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান, ২৪ ঘণ্টাত গ্ৰেপ্তাৰ ৩৬জন...

News18 Assam | News18-Assam
Updated:June 9, 2021, 7:02 PM IST
Crackdown On Drugs: ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান, ২৪ ঘণ্টাত গ্ৰেপ্তাৰ ৩৬জন...
মঙলবাৰে আৰক্ষীৰ হাতত ধৰা পৰে ১৭টাকৈ ড্ৰাগছ সংক্ৰান্তীয় ঘটনা। লগতে আৰক্ষীৰ জালত পৰে এই ব্যৱসায়ত জৰিত ৩৬জন লোক।

মঙলবাৰে আৰক্ষীৰ হাতত ধৰা পৰে ১৭টাকৈ ড্ৰাগছ সংক্ৰান্তীয় ঘটনা। লগতে আৰক্ষীৰ জালত পৰে এই ব্যৱসায়ত জৰিত ৩৬জন লোক।

  • Share this:
অসম আৰক্ষীয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মঙলবাৰে আৰক্ষীৰ হাতত ধৰা পৰে ১৭টাকৈ ড্ৰাগছ সংক্ৰান্তীয় ঘটনা। লগতে আৰক্ষীৰ জালত পৰে এই ব্যৱসায়ত জৰিত ৩৬জন লোক।

বিগত দিনটোত আৰক্ষীয়ে জব্দ কৰে ৯২.৬১ গ্ৰাম হেৰ'ইন, ৭৫০ গ্ৰাম গাঞ্জা, ৪৬ বটল কফ ছিৰাপ, ৩৫,৮০০ টেবলেট আৰু ৪১,৬৫০ টকা নগদ ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই টুইটাৰযোগে প্ৰকাশ কৰে এই খবৰ।
Published by: Kokil Sarma
First published: June 9, 2021, 6:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি