• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট

গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট

উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ প্ৰায় ৬০ লাখ টকাৰ মৰফিন।

উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ প্ৰায় ৬০ লাখ টকাৰ মৰফিন।

উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ প্ৰায় ৬০ লাখ টকাৰ মৰফিন।

  • Share this:
গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট। GRPৰ অভিযানত জব্দ হৈছে ৭০০ গ্ৰাম মৰফিন (Morphine) আৰু বৃহৎ পৰিমাণৰ চিগাৰেটৰ পেকেট। উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ প্ৰায় ৬০ লাখ টকাৰ মৰফিন।

আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত বহুকেইখন ৰে’লত চলিছিল অভিযান। অতি কৌশলেৰে দুটা বেগৰ ভিতৰত সৰবৰাহ কৰি আনিছিল নিচাজাতীয় সামগ্ৰীখিনি। আনহাতে দুটা ট্ৰলী বেগৰ ভিতৰত আনিছিল বিদেশী চিগাৰেটখিনি। ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই মৰফিন সৰবৰাহকাৰী আৰু এজন চিগাৰেট সৰবৰাহকাৰীক।
Published by:Sanjay Kumar Das
First published: