মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Dr Navanil Baruah Granted Bail : ডা° নভনীল বৰুৱা জামিনত মুকলি, আজি সন্ধিয়া হৈছিল গ্ৰেপ্তাৰ

Dr Navanil Baruah Granted Bail : ডা° নভনীল বৰুৱা জামিনত মুকলি, আজি সন্ধিয়া হৈছিল গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:October 10, 2021, 10:55 PM IST
Dr Navanil Baruah Granted Bail : ডা° নভনীল বৰুৱা জামিনত মুকলি, আজি সন্ধিয়া হৈছিল গ্ৰেপ্তাৰ
গুৱাহাটীৰ হিট এণ্ড ৰাণ গোচৰ (Guwahati Hit and Run Case)ৰ অভিযুক্ত ৰাজকন্যা বৰুৱা (Rajkanya Baruah)ক কৌশলপূৰ্ণভাৱে GNRC হাস্পতালৰ ICUত চিকিৎসাৰ নামত লুকুৱাই ৰখাৰ অভিযোগত আজি গ্ৰেপ্তাৰ হৈছিল নভনীল বৰুৱা (Dr. Navanil Baruah)ক। 

  • Share this:
জামিনত মুকলি হ'ল ডা° নভনীল বৰুৱা (Dr Navanil Baruah)। আজি সন্ধিয়া গ্ৰেপ্তাৰ হৈছিল গুৱাহাটীৰ প্ৰখ্যাত চিকিৎসকগৰাকী।

গুৱাহাটীৰ হিট এণ্ড ৰাণ গোচৰ (Guwahati Hit and Run Case)ৰ অভিযুক্ত ৰাজকন্যা বৰুৱা (Rajkanya Baruah)ক কৌশলপূৰ্ণভাৱে GNRC হাস্পতালৰ ICUত চিকিৎসাৰ নামত লুকুৱাই ৰখাৰ অভিযোগত আজি গ্ৰেপ্তাৰ হৈছিল নভনীল বৰুৱা।

নভনীল বৰুৱাক তিনিদিন ধাৰাবাহিকভাৱে দিশপুৰ থানা (Dispur Police Station)ত জেৰা কৰাৰ পিছত আজি গ্ৰেপ্তাৰ কৰা হৈছিল। জামিন লাভ কৰাৰ পিছতে নিজৰ ঘৰলৈ যায় নভনীল বৰুৱা।
Published by: Manjumoni Borah
First published: October 10, 2021, 10:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি