உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মহানগৰবাসীলৈ ৰাজ্য চৰকাৰৰ দিপাৱলীৰ উপহাৰ ! আজি মুকলি কৰা হ'ব ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু...

    মহানগৰবাসীলৈ ৰাজ্য চৰকাৰৰ দিপাৱলীৰ উপহাৰ ! আজি মুকলি কৰা হ'ব ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু...

    দিপাৱলীৰ দিনাই মহানগৰবাসীৰ বাবে এক সুখবৰ। আজি মুকলি কৰা হ'ব দিছপুৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু। উৰণীয় সেতুখন মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

    • Share this:

    ১১ বজাৰ পিছতেই ৰাইজৰ বাবে মুকলি কৰা হ'ব উৰণীয়া সেতুখন। আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে সমগ্ৰ উৰণীয়া সেতুখন। উপস্থাপন কৰা হৈছে দেশৰ কেইবাখনো ৰাজ্যৰ কৃষ্টি সংস্কৃতি। প্ৰায় ১২৭ কোটি ব্যয়েৰে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰা হৈছে।
    Published by:Kokil Sarma
    First published: