• Home
  • »
  • News
  • »
  • assam
  • »
  • শক্তিপীঠ কামাখ্যা মন্দিৰত ধিং এক্সপ্ৰেছ হিমা দাস ! ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ পূৰ্বে মা কামাখ্যাৰ আশীৰ্বাদ ল'লে হিমাই ...

শক্তিপীঠ কামাখ্যা মন্দিৰত ধিং এক্সপ্ৰেছ হিমা দাস ! ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ পূৰ্বে মা কামাখ্যাৰ আশীৰ্বাদ ল'লে হিমাই ...

শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হয় ধিং এক্সপ্ৰেছৰূপে খ্যাত দৌৰবিদ হিমা দাস। কামাখ্যা দেৱালয়ত উপস্থিত হৈ মা কামাখ্যাৰ আশীস ল'লে খেলুৱৈগৰাকীয়ে।

  • Share this:

মা কামাখ্যাৰ শ্ৰীচৰণত পূজা-অৰ্চনা আগবঢ়ালে হিমা দাসে। উল্লেখযোগ্য যে, অহা ২৯ ছেপ্তেম্বৰত গুজৰাটত অনুষ্ঠিত হ'ব ৩৬ তম ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২। দেশৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনত অসমৰ হৈ অংশ ল'ব দৌৰবিদগৰাকীয়ে। তাৰেই প্ৰাকমুহূৰ্তত আজি মা কামাখ্যাৰ আশীৰ্বাদ ল'লে হিমা দাসে। মন কৰিবলগীয়া কথা যে, দৌৰবিদগৰাকীৰ কামাখ্যা দৰ্শনৰ সময়ছোৱাত তেওঁৰ সৈতে উপস্থিত আছিল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি