• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ চচলত চাঞ্চল্যকৰ ঘটনা, এখন গাড়ীৰ ভিতৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ

গুৱাহাটীৰ চচলত চাঞ্চল্যকৰ ঘটনা, এখন গাড়ীৰ ভিতৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ

মৃতদেহতো উদ্ধাৰ হোৱা বলেৰ’ বাহনখনৰ নম্বৰ AS O1BM 2806। ঘটনাস্থলীত উপস্থিত দিছপুৰ আৰক্ষী।

মৃতদেহতো উদ্ধাৰ হোৱা বলেৰ’ বাহনখনৰ নম্বৰ AS O1BM 2806। ঘটনাস্থলীত উপস্থিত দিছপুৰ আৰক্ষী।

মৃতদেহতো উদ্ধাৰ হোৱা বলেৰ’ বাহনখনৰ নম্বৰ AS O1BM 2806। ঘটনাস্থলীত উপস্থিত দিছপুৰ আৰক্ষী।

  • Share this:
গুৱাহাটীৰ চচলত চাঞ্চল্যকৰ ঘটনা। এখন গাড়ীৰ ভিতৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ। বলেৰ’ গাড়ীৰ ভিতৰত উদ্ধাৰ হ’ল মৃতদেহটো। কংকন কলিতা নামৰ যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে গাড়ীৰ ভিতৰত। মৃত কংকন কলিতাৰ ঘৰ কমলপুৰত বুলি জানিব পৰা গৈছে। মৃতদেহতো উদ্ধাৰ হোৱা বলেৰ’ বাহনখনৰ নম্বৰ AS O1BM 2806। ঘটনাস্থলীত উপস্থিত দিছপুৰ আৰক্ষী।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি