মুখ্যপৃষ্ঠা » খবৰ

» অসম

»তৃতীয়, চৰ্তুথ বৰ্গৰ কৰ্মচাৰীৰ বদলি কৰিব পাৰিব জিলা উপায়ুক্তই, DCসকলক অধিক কৰ্তৃত্ব দি অধিসূূূচনা জাৰি কৰিলে দিছপুৰে

তৃতীয়, চৰ্তুথ বৰ্গৰ কৰ্মচাৰীৰ বদলি কৰিব পাৰিব জিলা উপায়ুক্তই, DCসকলক অধিক কৰ্তৃত্ব দি অধিসূূূচনা জাৰি কৰিলে দিছপুৰে

News18 Assam | News18-Assam
Updated:September 10, 2021, 2:05 PM IST
তৃতীয়, চৰ্তুথ বৰ্গৰ কৰ্মচাৰীৰ বদলি কৰিব পাৰিব জিলা উপায়ুক্তই, DCসকলক অধিক কৰ্তৃত্ব দি অধিসূূূচনা জাৰি কৰিলে দিছপুৰে
কাম ভাল কৰিলে ভাল ঠাইত, অন্যথা কি? ৰাইজৰ সেৱা সুচল কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এই সিদ্ধান্ত লোৱা হৈছিল ৷

কাম ভাল কৰিলে ভাল ঠাইত, অন্যথা কি? ৰাইজৰ সেৱা সুচল কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এই সিদ্ধান্ত লোৱা হৈছিল ৷

  • News18 Assam
  • Last Updated: September 10, 2021, 2:05 PM IST
  • Share this:
এতিয়াৰে পৰা জিলা উপায়ুক্ত (Deputy Commissioner)সকলে ৰদ-বদল কৰিব পাৰিব জিলাত কৰ্তব্যৰত সকলো বিভাগৰ তৃতীয়, চৰ্তুথ বৰ্গ কৰ্মচাৰী (Assam Govt Employees) আৰু চিকিৎসাখণ্ডত কৰ্তব্যৰত নাৰ্ছ, লেবৰেটৰী টেকচিয়ান আৰু কনিষ্ঠ অভিযন্তাসকলক ৷

অৱশ্যে ষষ্ঠ অনুসূচীৰ অধীনৰ জিলাসমূহ এই এক্তিয়াৰৰ পৰা বাদ পৰিব ৷ এই বিষয়ত অধিসূচনা জাৰি কৰিলে ৰাজ্যৰ পাৰ্ছনেল বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মাই ৷

ৰাইজৰ সেৱা সুচল কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ কেবিনেটত এই সিদ্ধান্ত লোৱা হৈছিল ৷ কেবিনেটৰ সিদ্ধান্তৰ পিছত অধিসূচনা জাৰি কৰিলে চৰকাৰৰ পাৰ্ছনেল বিভাগে ৷
Published by: Manjumoni Borah
First published: September 10, 2021, 2:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি