মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কিয় বিশাল চৌধুৰীক গুলীয়াবলৈ বাধ্য হ’ল আৰক্ষী? কি কৰিছিল কোকেইন পাৰ্টীৰ মাষ্টাৰমাইণ্ড বিশালে?

কিয় বিশাল চৌধুৰীক গুলীয়াবলৈ বাধ্য হ’ল আৰক্ষী? কি কৰিছিল কোকেইন পাৰ্টীৰ মাষ্টাৰমাইণ্ড বিশালে?

News18 Assam | News18-Assam
Updated:September 5, 2021, 1:25 PM IST
কিয় বিশাল চৌধুৰীক গুলীয়াবলৈ বাধ্য হ’ল আৰক্ষী? কি কৰিছিল কোকেইন পাৰ্টীৰ মাষ্টাৰমাইণ্ড বিশালে?
আৰক্ষী দুভৰিত গুলীয়ায় বিশাল চৌধুৰীক। গুলীবিদ্ধ বিশাল বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে।

আৰক্ষী দুভৰিত গুলীয়ায় বিশাল চৌধুৰীক। গুলীবিদ্ধ বিশাল বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে।

  • Share this:
গুৱাহাটীৰ কোকেইন পাৰ্টীৰ ঘটনাৰ মূল অভিযুক্ত বিশাল চৌধুৰীলৈ গুলীচালনা কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে DCP ৰাজবীৰ সিঙে। সংবাদ মাধ্যমৰ আগত ৰাজবীৰ সিঙে কয়, ‘‘আৰক্ষীয়ে নুনমাটিলৈ তদন্তৰ বাবে লৈ গৈছিল বিশালক। সেই সময়তে আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰে বিশালে। যাৰ ফলত আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয়।’’

আৰক্ষী দুভৰিত গুলীয়ায় বিশাল চৌধুৰীক। গুলীবিদ্ধ বিশাল বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে। দুবছৰ ধৰি বিশালে চলাই আছিল নিষিদ্ধ কোকেইনৰ বেহা। আৰু বহু সম্ভ্ৰান্ত ঘৰৰ লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।
Published by: Sanjay Kumar Das
First published: September 5, 2021, 1:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি