• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Encounter : কিয় বিকি আলীক গুলীয়াবলৈ বাধ্য হ’ল আৰক্ষীয়ে? কি কৰিছিল ধৰ্ষণকাৰী বিকি আলীয়ে?

Guwahati Encounter : কিয় বিকি আলীক গুলীয়াবলৈ বাধ্য হ’ল আৰক্ষীয়ে? কি কৰিছিল ধৰ্ষণকাৰী বিকি আলীয়ে?

ডিচিপি নৱনীত মহন্তই কয় যে এই ঘটনাত গুৰুতৰভাৱে আহত হয় দুই আৰক্ষী বিষয়া।

ডিচিপি নৱনীত মহন্তই কয় যে এই ঘটনাত গুৰুতৰভাৱে আহত হয় দুই আৰক্ষী বিষয়া।

ডিচিপি নৱনীত মহন্তই কয় যে এই ঘটনাত গুৰুতৰভাৱে আহত হয় দুই আৰক্ষী বিষয়া।

  • Share this:
গাড়ীগাঁও এনকাউণ্টাৰ সন্দৰ্ভত ডিচিপি নৱনীত মহন্তৰ সংবাদমেল। সংবাদ মেলত আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘‘নিশা গোপন সূত্ৰৰ ভিত্তিত আটক কৰে বিকি আলীক। গঁড়ভঙা বনাঞ্চল নিশা অভিযানত আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল বিকিয়ে।পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুইংকল গোস্বামীৰ ছাৰ্ভিচ ৰিভালভাৰ কাঢ়ি নিয়ে বিকি আলীয়ে। তাৰ পিছতে আৰক্ষীলৈ লক্ষ্য কৰি দুই জাঁই গুলী ফুটাই ধৰ্ষণকাৰী বিকিয়ে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে বিকি আলীলৈ গুলীয়াবলৈ বাধ্য হয়।’’ 

ডিচিপি নৱনীত মহন্তই কয় যে এই ঘটনাত গুৰুতৰভাৱে আহত হয় দুই আৰক্ষী বিষয়া।ইতিমধ্যে দুয়োগৰাকী আৰক্ষী বিষয়া GMCHত চিকিৎসাধীন। বিকি আলীৰ পিতৃৰ ভাষ্য অস্বীকাৰ আৰক্ষী বিষয়া নৱনীত মহন্তৰ। ইতিমধ্যে আন চাৰি গৰাকী অভিযুক্তক বিচাৰি চলিছে আৰক্ষীৰ অভিযান।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি