মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কন্যাৰ বিয়াৰ বাবে বেংকৰ পৰা উলিয়াইছিল ২ লাখ টকা, মহানগৰীত দিন ডকাইতিৰ বলি দুৰ্ভগীয়া ব্যক্তি

কন্যাৰ বিয়াৰ বাবে বেংকৰ পৰা উলিয়াইছিল ২ লাখ টকা, মহানগৰীত দিন ডকাইতিৰ বলি দুৰ্ভগীয়া ব্যক্তি

News18-Assam
Updated:November 22, 2019, 4:23 PM IST
কন্যাৰ বিয়াৰ বাবে বেংকৰ পৰা উলিয়াইছিল ২ লাখ টকা, মহানগৰীত দিন ডকাইতিৰ বলি দুৰ্ভগীয়া ব্যক্তি
দুৰ্বৃত্তই আক্ৰমণ কৰা দুৰ্ভগীয়া ব্যক্তিজন

কাহিলীপাৰাৰ চেণ্ট্ৰেল বেংকৰ সন্মুখৰ পৰাই বাইকত অহা দুই দুৰ্বৃত্তই থপিয়াই নিলে নগদ ২লাখ টকা

  • Share this:
মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা ৷ কাহিলীপাৰাৰ চেণ্ট্ৰেল বেংকৰ সন্মুখৰ পৰাই বাইকত অহা দুই দুৰ্বৃত্তই থপিয়াই নিলে নগদ ২লাখ টকা ৷ অসৱৰপ্ৰাপ্ত চাকৰিয়াল শ্যামসুন্দৰ তালুকদাৰৰ ধন লুটি নিলে দুৰ্বৃত্তই। নিজ কন্যাৰ বিবাহৰ বাবে বেংকটোৰ পৰা ধনৰাশি উলিয়াইছিল লোকজনে। পত্নীৰে গৈ থকা অৱস্থাতে শ্যামসুন্দৰ তালুকদাৰক আক্ৰমণ কৰি ধন লৈ উধাও হয় দুৰ্বৃত্ত। দুৰ্বৃত্তৰ আক্ৰমণত অসুস্থ হৈ পৰে লোকজন।
First published: November 22, 2019, 4:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি