உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid-19: বুধবাৰে ৰাজ্যত পুনৰ বৃদ্ধি পালে Covid আক্ৰান্তৰ সংখ্যা ! বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৫৯১ জন, ৪ জনৰ মৃত্য়ু ...

    Covid-19: বুধবাৰে ৰাজ্যত পুনৰ বৃদ্ধি পালে Covid আক্ৰান্তৰ সংখ্যা ! বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৫৯১ জন, ৪ জনৰ মৃত্য়ু ...

    বিগত ২৪ ঘণ্টাত ৰাজ্যত Corona Virusত আক্ৰান্ত হৈছে ৫৯১ জন লোক। বুধবাৰে ৩৪,৩১৪ জন লোকৰ Covid Test সম্পন্ন হয় আৰু আক্ৰান্তৰ হাৰ হৈছে ১.৭২ শতাংশ।

    • Share this:
    ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে Corona Virusত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৫৯১ জন লোক। বৃদ্ধি পাইছে পজিটিভিটী পাৰ্চেণ্টেজ। বুধবাৰে ৩৪,৩১৪ জন লোকৰ Covid Test সম্পন্ন হয় আৰু আক্ৰান্তৰ হাৰ হৈছে ১.৭২ শতাংশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।

    ৰাজ্যখনত দিনটোত ৪ জন Covid আক্ৰান্ত লোকে প্ৰাণ হেৰুৱায়। সৰ্বাধিক লোক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত। বুধবাৰৰ দিনটোত জিলাখনৰ ২৭৯ জন লোকৰ ফলাফল ক'ভিড পজিটিভ আহে।
    Published by:Kokil Sarma
    First published: