• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19 in Assam: বিগত ২৪ ঘণ্টাত ৰাজ্যত Covidত আক্ৰান্ত ৮,৩৩৯ জন, ১৫ জনৰ মৃত্য়ু ...

Covid-19 in Assam: বিগত ২৪ ঘণ্টাত ৰাজ্যত Covidত আক্ৰান্ত ৮,৩৩৯ জন, ১৫ জনৰ মৃত্য়ু ...

File Photo

File Photo

Covid-19 in Assam: বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮,৩৩৯ জন লোকৰ দেহত ধৰা পৰে Covid-19ৰ অৱস্থিতি। আজি অসমত আক্ৰান্তৰ হাৰ হৈছে ১২.৮৯ শতাংশ। Corona Virus ত আক্ৰান্ত হৈ দিনটোত ১৫জন লোক মৃত্যুমুখত পৰিছে। 

  • Share this:
অসমত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে ক'ভিড আক্ৰান্তৰ সংখ্যা। বুধবাৰে ৰাজ্যত পুনৰ ৮ সহস্ৰাধিক লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হয়। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮,৩৩৯ জন লোকৰ দেহত ধৰা পৰে Covid-19ৰ অৱস্থিতি। আজি অসমত আক্ৰান্তৰ হাৰ হৈছে ১২.৮৯ শতাংশ। Corona Virus ত আক্ৰান্ত হৈ দিনটোত ১৫জন লোক মৃত্যুমুখত পৰিছে।

বুধবাৰে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত। বিগত ২৪ ঘণ্টাত জিলাখনৰ ১,৯২৯ জন লোক আক্ৰান্ত হৈছে।
Published by:Kokil Sarma
First published: