এক নিৰ্দেশনাযোগে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্য়ান বিভাগৰ প্ৰধান সচিবগৰাকীয়ে কয় যে দুটা পালি লোৱাসকলৰ ক্ষেত্ৰতো ক'ভিড আক্ৰান্ত হোৱা দেখা গৈছে। সেয়ে অসমৰ বিমান বন্দৰ, ৰে'ল ষ্টেচনত পুনৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে।

এতিয়াৰে পৰা ভেকছিনৰ দুটা পালি লোৱাসকলেও অসমৰ বিমান বন্দৰ, ৰে'ল ষ্টেচনত কৰিব লাগিব ক'ভিড পৰীক্ষা। পূৰ্বে এক নিৰ্দেশনাযোগে দুটা ড'জ Covid Vaccine লোৱাসকলে অসমৰ বিমান বন্দৰ, ৰে'ল ষ্টেচনত ক'ভিড পৰীক্ষা কৰিব নালাগে বুলি কোৱা হৈছিল।
নতুন নিৰ্দেশনাত পূৰ্বৰ নিৰ্দেশনা উঠাই লোৱা হৈছে। এক নিৰ্দেশনাযোগে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্য়ান বিভাগৰ প্ৰধান সচিবগৰাকীয়ে কয় যে দুটা পালি লোৱাসকলৰ ক্ষেত্ৰতো ক'ভিড আক্ৰান্ত হোৱা দেখা গৈছে। সেয়ে অসমৰ বিমান বন্দৰ, ৰে'ল ষ্টেচনত পুনৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|