বিগত ২৪ ঘণ্টাত ৰাজ্যত Covidত আক্ৰান্ত হৈছে ৪৪৭৫জন লোক। মঙলবাৰে ৫৫,০০৩জন লোকৰ Covid Test সম্পন্ন কৰা হৈছিল। আজিৰ দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৮.১৪ শতাংশ।
বিগত ২৪ ঘণ্টাত ৰাজ্যত Covidত আক্ৰান্ত হৈছে ৪৪৭৫জন লোক। মঙলবাৰে ৫৫,০০৩জন লোকৰ Covid Test সম্পন্ন কৰা হৈছিল। আজিৰ দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৮.১৪ শতাংশ।
অসমত প্ৰতিদিনেই বৃদ্ধি পাবলৈ লৈছে Corona Virusত আক্ৰান্ত লোকৰ সংখ্যা। মৃত্যুৰ সংখ্যাও পূৰ্বতকৈ বৃদ্ধি হৈছে। সমান্তৰালভাৱে প্ৰতিদিনে হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈয়ে আছে কামৰূপ মহানগৰ জিলাত।
বিগত ২৪ ঘণ্টাত ৰাজ্যত Covidত আক্ৰান্ত হৈছে ৪৪৭৫জন লোক। মঙলবাৰে ৫৫,০০৩জন লোকৰ Covid Test সম্পন্ন কৰা হৈছিল। আজিৰ দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৮.১৪ শতাংশ। কামৰূপ মহানগৰ জিলাত মঙলবাৰে আক্ৰান্ত হয় ১৪১৭জন লোক। বিগত ২৪ ঘণ্টাত অসমত ৪১জন লোকে Covidৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|