• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত হ্ৰাস হোৱা নাই ক'ৰোনাত আক্ৰান্তৰ সংখ্যা, আজিও আক্ৰান্ত ৫ সহস্ৰাধিক, ৮০ জনৰ মৃত্যু।

ৰাজ্যত হ্ৰাস হোৱা নাই ক'ৰোনাত আক্ৰান্তৰ সংখ্যা, আজিও আক্ৰান্ত ৫ সহস্ৰাধিক, ৮০ জনৰ মৃত্যু।

শুকুৰবাৰে ৰাজ্যখনত ৫,৪৩৬ জন লোক ক'ৰোনাত আক্ৰান্ত হয়। বিপৰীতে দিনটোত ৰাজ্যখনত মৃত্যু হয় ৮০ জন লোকৰ। 

  • Share this:
অসমত ক'ৰোনা মহামাৰীৰ সংহাৰ এতিয়াও হ্ৰাস হোৱা নাই।  শুকুৰবাৰে ৰাজ্যখনত ৫,৪৩৬ জন লোক ক'ৰোনাত আক্ৰান্ত হয়। বিপৰীতে দিনটোত ৰাজ্যখনত মৃত্যু হয় ৮০ জন লোকৰ।

শুকুৰবাৰে ৰাজ্যখনত সৰ্বাধিক ৫৯৫জন কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হয়। দিনটোত ১,২২,৯৭৭জনৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হয়। সেই অনুপাতে ৰাজ্যত হ্ৰাস পাইছে আক্ৰান্তৰ হাৰ। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৪.৪২ শতাংশ। সম্প্ৰতি ৰাজ্যখনত ৰিকভাৰী ৰেট হৈছে ৮৫.৪৭ শতাংশ।
Published by:Kokil Sarma
First published: